অসম সমবায় এপেক্স বেংকত নিযুক্তি ২০২০-

অসম সমবায় এপেক্স বেংকত নিযুক্তি ২০২০-

অসম সমবায় এপেক্স বেংকত নিযুক্তি ২০২০-

অসম সমবায় এপেক্স বেংকে CA,CS,MBA/PGDM আৰু যিকোনো ডিগ্ৰীধাৰী লোকৰ বাবে জেনেৰেল মেনেজাৰ, ডেপুতি জেনেৰেল মেনেজাৰ পদৰ বাবে আবেদন মুকলি কৰিছে ।আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ১০/২/২০২০ আগত নিদ্ধাৰিত ফৰমেতত আবেদন কৰিব পাৰিব।

পদৰ নাম- জেনেৰেল মেনেজাৰ

পদৰ সংখ্যা - ২

দৰমহা - ৪৪৫১০ - ৯৬৭৭০ প্ৰতি মাহে

নিযুক্তিৰ স্থান- গুৱাহাটী

অন্তিম তাৰিখ - ১০/২/২০২০

পদৰ নাম- ডিপুটী জেনেৰেল মেনেজাৰ

পদৰ সংখ্যা- ৩

দৰমহা - ৩৯৮৯০ - ৯২২১০ প্ৰতি মাহে

নিযুক্তিৰ স্থান - গুৱাহাটী

অন্তিম তাৰিখ -১০/২/২০২০

ঠিকনা - মেনেজিং ডাইৰেক্টৰ ,অসম সমবায় এপেস্ক বেংক Ltd ,H.O, পাণবজাৰ H.B .ৰোড ,গুৱাহাটী - ৭৮১০০১,কামৰূপ (M),অসম

নিৰ্বাচন প্ৰক্ৰিয়া - ব্যক্তিগত সাক্ষাৎকাৰ

আবেদনকাৰী সকলে মেনেজমেন ডাইৰেক্ট্ৰৰ বিষয়াৰ কাৰ্যালয়ত বেংকযোগে ১০/২/২০২০ চনৰ আবেলি ৫ বজালৈ আবেদন সমুহ প্ৰেৰণ কৰিব পাৰিব । আবেদনকাৰী সকলে সম্পূণ প্ৰমান প্ৰত্ৰ সমুহ www.apexbankassam.com ৰ পৰা ডাওনলোড কৰিব পাৰিব ।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com