অসম কৰ্পোৰেটিভ এপেক্স বেংক ত নিযুক্তি ২০২০

অসম কৰ্পোৰেটিভ এপেক্স বেংক ত নিযুক্তি ২০২০

অসম কৰ্পোৰেটিভ এপেক্স বেংক ত নিযুক্তি ২০২০

অসম কৰ্পোৰেটিভ এপেক্স বেংকত জেনেৰেল মেনেজাৰ, ডেপুটি জেনেৰেল মেনেজাৰ ৰ খালি পদ সমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: জেনেৰেল মেনেজাৰ

পদৰ সংখ্যা: ০২

দৰমহা: ৪৪,৫১০/- টকাৰ পৰা ৯৬,৭৭০/- টকা প্ৰতি মাহ

কৰ্ম স্থান: গুৱাহাটী

আবেদনৰ শেষ তাৰিখ: ১০/০২/২০২০

পদৰ নাম: ডেপুটি জেনেৰেল মেনেজাৰ

পদৰ সংখ্যা: ০৩

দৰমহা: ৩৯,৮৯০/- টকা ৰ পৰা ৯২,২১০/- টকা প্ৰতি মাহ।

কৰ্ম স্থান: গুৱাহাটী

আবেদনৰ শেষ তাৰিখ: ১০/০২/২০২০

ঠিকনা: The Managing Director, The Assam Co-operative Apex Bank Ltd., H.O., Panbazar, H.B. Road,, Guwahati-781001, Kamrup (M), Assam

বাচনি প্ৰক্ৰিয়া: যোগ্যতা ৰ ওপৰত ভিত্তি কৰি বাচি উলিওৱা প্ৰাৰ্থী সকলক সাক্ষাৎকাৰৰ বাবে আমন্ত্রণ কৰা হব

কেনেদৰে আবেদন কৰিব:

১/ আবেদনসমূহ বেংকৰ মেনেজিং ডাইৰেক্টৰ ওচৰত ১০/০২/২০২০ৰ ৫:০০ বজাৰ ভিতৰত জমা দিব লাগিব।

২/ প্ৰাৰ্থীসকলে www.apexbankassam.com ৱেবচাইটত ত যোগেদি আবেদন কৰিব পাৰিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com