অসম আৰক্ষীত অগ্নিনিৰ্বাপন আৰু জৰুৰীকালীন সেৱাত নিযুক্তি
পদৰ নাম- উপ-বিষয়া
পদৰ সংখ্যা- ০৩
বয়স - ২০ ৰ পৰা ২৪
অৰ্হতা- স্বীকৃতি প্ৰাপ্ত বোৰ্ড কাউন্সিলৰ পৰা বিজ্ঞান শাখাত ( পদাৰ্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান, গণিত)দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।
দৰমহা- ১৪,০০০ ৰ পৰা ৪৯,০০০
পদৰ নাম- অগ্নি নিৰ্বাপন কৰ্মী।
পদৰ সংখ্যা- ৪১০
অৰ্হতা- স্বীকৃতি প্ৰাপ্ত বোৰ্ড কাউন্সিলৰ পৰা বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।
দৰমহা- ১৪,০০০ ৰ পৰা ৪৯,০০০
বয়স – ১৮ ৰ পৰা ২৫।
পদৰ নাম - জৰুৰী উদ্ধাৰকাৰী
পদৰ সংখ্যা- ৫
অৰ্হতা- স্বীকৃতি প্ৰাপ্ত বোৰ্ড কাউন্সিলৰ পৰা বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।
দৰমহা- ১৪,০০০ ৰ পৰা ৪৯,০০০
বয়স – ১৮ ৰ পৰা ২৫।
বাচনি প্ৰক্ৰিয়া: Physical Standards Tests (PST) and Physical Efficiency Tests (PET). ৰ সহায়ত প্ৰাৰ্থী বাচনি কৰা হ’ব।
কেনেদৰে আৱেদন জনাব: ইচ্ছুক প্ৰাৰ্থীয়ে SLPRB ৰ ৱেবছাইট www.slprbassam.in আৱেদন জনাব পাৰিব।
অন্তিম তাৰিখ- ১৫-০৩-২০২০
সবিশেষ জানক : Click Here
অন্য খবৰ পঢ়ক : অসম আৰক্ষীত নিযুক্তি ২০২০