অসম আৰক্ষীত অগ্নিনিৰ্বাপন আৰু জৰুৰীকালীন সেৱাত নিযুক্তি

অসম আৰক্ষীত অগ্নিনিৰ্বাপন আৰু জৰুৰীকালীন সেৱাত নিযুক্তি

অসম আৰক্ষীত অগ্নিনিৰ্বাপন আৰু জৰুৰীকালীন সেৱাত নিযুক্তি

পদৰ নাম- উপ-বিষয়া

পদৰ সংখ্যা- ০৩

বয়স - ২০ ৰ পৰা ২৪

অৰ্হতা- স্বীকৃতি প্ৰাপ্ত বোৰ্ড কাউন্সিলৰ পৰা বিজ্ঞান শাখাত ( পদাৰ্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান, গণিত)দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।

দৰমহা- ১৪,০০০ ৰ পৰা ৪৯,০০০

পদৰ নাম- অগ্নি নিৰ্বাপন কৰ্মী।

পদৰ সংখ্যা- ৪১০

অৰ্হতা- স্বীকৃতি প্ৰাপ্ত বোৰ্ড কাউন্সিলৰ পৰা বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।

দৰমহা- ১৪,০০০ ৰ পৰা ৪৯,০০০

বয়স – ১৮ ৰ পৰা ২৫।

পদৰ নাম - জৰুৰী উদ্ধাৰকাৰী

পদৰ সংখ্যা- ৫

অৰ্হতা- স্বীকৃতি প্ৰাপ্ত বোৰ্ড কাউন্সিলৰ পৰা বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।

দৰমহা- ১৪,০০০ ৰ পৰা ৪৯,০০০

বয়স – ১৮ ৰ পৰা ২৫।

বাচনি প্ৰক্ৰিয়া: Physical Standards Tests (PST) and Physical Efficiency Tests (PET). ৰ সহায়ত প্ৰাৰ্থী বাচনি কৰা হ’ব।

কেনেদৰে আৱেদন জনাব: ইচ্ছুক প্ৰাৰ্থীয়ে SLPRB ৰ ৱেবছাইট www.slprbassam.in আৱেদন জনাব পাৰিব।

অন্তিম তাৰিখ- ১৫-০৩-২০২০

সবিশেষ জানক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com