অসম লোকসেৱা আয়োগত নিযুক্তি :-

অসম লোকসেৱা আয়োগত নিযুক্তি :-

অসম লোকসেৱা আয়োগত নিযুক্তি :-

অসম লোকসেৱা আয়োগে ভাৰতীয় নাগৰিকৰ বাবে সংবিধানৰ অনুচ্ছেদ ৫ ৰ পৰা ৮ অধিনত অসম চৰকাৰৰ অধীনত থকা প'ষ্ট সমুহৰ বাবে আবেদনৰ পথ মুকলি কৰিছে ।

পদৰ নাম - ৰিচাৰ্জ এচিচটেন্ট

খালী পদ - ৩৯

দৰমহা - ২২০০০ ৰ পৰা ৮৭০০০ প্ৰতি মাহত

নিযুক্তিৰ স্থান - গুৱাহাটী

অন্তিম তাৰিখ - ২৭/১/২০২০

১/General/EWS আবেদনকাৰীৰ ২৫০ টকা ।

২/SC/ST/OBC/MOBC ৰ ১৫০ টকা

৩/BPL আবেদনকাৰীক মাছুলৰ পৰা ৰেহায় দিয়া হ'ব ।(আবেদনকাৰীয়ে BPL চাৰ্টিফিকেত ৰ জেৰস্ক কপি আবেদনকাৰী সকলে জমা দিব লাগিব )

ঠিকনা - ডেপুতি চেকেতাৰী ,APSC , জৱাহৰনগৰ , খানাপাৰা , গুৱাহাটী -৭৮১০২২

নিৰ্বাচন প্ৰক্ৰিয়া - লিখিত পৰীক্ষা / সাক্ষাৎকাৰ

আবেদনকাৰী সকলে আবেদন কৰিবৰ বাবে তলত কিছুমান গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰা হ'ল-

১/ আবেদনকাৰীৰ নিদিষ্ট শিক্ষাগত অৰ্হতা , বয়সৰ সীমা , অভিজ্ঞতাৰ প্ৰয়োজন ! কেৱল যোগ্য পাৰ্থীসকলেহে আবেদন কৰিব পাৰিব ।

২/ আবেদনকাৰী সকলে নিজৰ পৰিচয় প্ৰমান পত্ৰ হিচাপেপানকাৰ্ড,ড্ৰাইভিং লাইচেন্স , বৰ্তমান শৈক্ষিক প্ৰতিষ্ঠানৰ ID কাৰ্ড ,ভোটাৰ ID কাৰ্ড ,আধাৰ কাৰ্ড (whearever applicable ) স্কেন / লিখিত পৰীক্ষা আৰু ভাই ভা / সাক্ষাৎকাৰ।

৩/ আবেদনকাৰী সকলে আবেদন পত্ৰখন ডেপুতি চেকেতাৰী ৰ ঠিকনাত (blod letters) ত লিখি ,APSC ,জৱাহৰনগৰ ,খানাপাৰা ,গুৱাহাটী -৭৮১০২২ আবেদনকাৰী সকলে আবেদন পত্ৰখন APSC ৱেবচাইত www.apsc.nic.in ত লাভ কৰিব পাৰিব ।

আবেদন জমা দিয়াৰ অন্তিম তাৰিখ: ২৭/১/২০২০

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com