চাকৰি

অসম ট্ৰেড প্ৰমোচন অৰ্গেনাইজেচনত নিযুক্তি ২০২০

assam-trade-promotion-organisation-recruitment-2020

 

অসম ট্ৰেড প্ৰমোচন অৰ্গেনাইজেচনত নিযুক্তি ২০২০

পদবীৰ নাম : কোম্পানী ছেক্ৰেটাৰী
পদ খালী : ১
শেষ দিন : ২৯/ ০১/ ২০২০
২৯ জানুৱাৰী হল আবেদনৰ শেষ দিন আৰু প্ৰাৰ্থীসকলক সাৎক্ষ।তকাৰৰ যোগেদি বাচনি কৰা হব।

 

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : Assam Sahitya Sabha Recruitment 2020