অসম বিশ্ববিদ্যালয়ত ,শিলচৰত নিযুক্তি ২০২০
অসম বিশ্ববিদ্যালয় শিলচৰত ৰেজিস্টাৰাৰ, ডাইৰেক্টৰ আৰু অন্য পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাথীৰ পৰা আবেদন বিচাৰিচে।
পদৰ নাম: ৰেজিস্টাৰাৰ
অৰ্হতা: স্নাতকোত্তৰ
পদৰ সংখ্যা: ০১
অভিজ্ঞতা: ১৫ বছৰীয়া এচিচটেন্ট প্ৰফেচাৰ, এচ'চিয়েট প্ৰফেচাৰ ৰ অভিজ্ঞতা, ১৫ বছৰীয়া এডমিনিস্ট্রেটিভত কৰ্মৰত অভিজ্ঞতা, ৮ বছৰীয়া ডেপুটি ৰেজিস্টাৰাৰ পদত কৰ্মৰত , CAB/ CFEIs/ CPSUs/ Cos ত কৰ্মৰত অভিজ্ঞতা।
কাৰ্যকাল: ৫ বছৰ অথবা ৬২ বছৰ বয়স লৈকে।
বয়স: ৬৭ বছৰ
আবেদনৰ শেষ তাৰিখ: ১০/০২/২০২০
পদৰ নাম: ডাইৰেক্টৰ, কলেজ ডেভেলপমেন্ট কাউন্সিল
অৰ্হতা: স্নাতকোত্তৰ
পদৰ সংখ্যা: ০১
অভিজ্ঞতা: ১৫ বছৰীয়া এচিচটেন্চ প্ৰফেচাৰ, এচচিয়েট প্ৰফেচাৰ ৰ অভিজ্ঞতা, ১৫ বছৰীয়া এডমিনিস্ট্রেটিভত কৰ্মৰত অভিজ্ঞতা, ৮ বছৰীয়া ডেপুটি ৰেজিস্টাৰাৰ পদত কৰ্মৰত , CAB/ CFEIs
বয়স: 67 বছৰ
আবেদনৰ শেষ তাৰিখ: ১০/০২/২০২০
পদৰ নাম: ইন্টাৰনেল অডিট অফিচৰ
বয়স : ৫৭ বছৰ
আবেদনৰ শেষ তাৰিখ:১০/০২/২০২০
আবেদনৰ মাচুল: প্ৰাৰ্থীসকলে ১০০০/- টকা NEFT/ IMPS Account Number: 20050100000007 IFSC Code: UCBA0002005 UCO Bank, Assam University Branch.ত পঠিয়াব লাগিব।
কেনেদৰে আবেদন কৰিব:
১/ স্ব-স্বাক্ষৰিত বয়সৰ প্ৰমাণ পত্ৰ
২/ HSLC/ SSLC/ মেট্ৰিক ৰ
৩/ HSC/ PUC চাৰ্টিফিকেট
৪/ ডিপ্লোমা/ডিগ্ৰী চাৰ্টিফিকেট
৫/ SC/ ST/ OBC/ PwD চাৰ্টিফিকেট
৬/ কৰ্মৰত অভিজ্ঞতাৰ
৭/প্ৰাৰ্থীৰ NOC ( if applicable)
৮/ শেহতীয়া দৰমহাৰ প্ৰমান পত্ৰ,
The Assistant Registrar (Recruitment) Assam University, Silchar Raja Rammohan Roy Administrative Building PO: Assam University, PIN CODE – 788011 Cachar, Assam. ঠিকনাত পঠিয়াব লাগিব।
আবেদনৰ শেষ তাৰিখ: ১০/০২/২০২০ ( ১:০০ বজাত)
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here
অন্য খবৰৰ বাবে পঢ়ক : হোজাই উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০