Begin typing your search above and press return to search.

অসম বিশ্ববিদ্যালয়ত ,শিলচৰত নিযুক্তি ২০২০

অসম বিশ্ববিদ্যালয়ত ,শিলচৰত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Feb 2020 10:23 AM GMT

অসম বিশ্ববিদ্যালয়ত ,শিলচৰত নিযুক্তি ২০২০

অসম বিশ্ববিদ্যালয় শিলচৰত ৰেজিস্টাৰাৰ, ডাইৰেক্টৰ আৰু অন্য পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাথীৰ পৰা আবেদন বিচাৰিচে।

পদৰ নাম: ৰেজিস্টাৰাৰ

অৰ্হতা: স্নাতকোত্তৰ

পদৰ সংখ্যা: ০১

অভিজ্ঞতা: ১৫ বছৰীয়া এচিচটেন্ট প্ৰফেচাৰ, এচ'চিয়েট প্ৰফেচাৰ ৰ অভিজ্ঞতা, ১৫ বছৰীয়া এডমিনিস্ট্রেটিভত কৰ্মৰত অভিজ্ঞতা, ৮ বছৰীয়া ডেপুটি ৰেজিস্টাৰাৰ পদত কৰ্মৰত , CAB/ CFEIs/ CPSUs/ Cos ত কৰ্মৰত অভিজ্ঞতা।

কাৰ্যকাল: ৫ বছৰ অথবা ৬২ বছৰ বয়স লৈকে।

বয়স: ৬৭ বছৰ

আবেদনৰ শেষ তাৰিখ: ১০/০২/২০২০

পদৰ নাম: ডাইৰেক্টৰ, কলেজ ডেভেলপমেন্ট কাউন্সিল

অৰ্হতা: স্নাতকোত্তৰ

পদৰ সংখ্যা: ০১

অভিজ্ঞতা: ১৫ বছৰীয়া এচিচটেন্চ প্ৰফেচাৰ, এচচিয়েট প্ৰফেচাৰ ৰ অভিজ্ঞতা, ১৫ বছৰীয়া এডমিনিস্ট্রেটিভত কৰ্মৰত অভিজ্ঞতা, ৮ বছৰীয়া ডেপুটি ৰেজিস্টাৰাৰ পদত কৰ্মৰত , CAB/ CFEIs

বয়স: 67 বছৰ

আবেদনৰ শেষ তাৰিখ: ১০/০২/২০২০

পদৰ নাম: ইন্টাৰনেল অডিট অফিচৰ

বয়স : ৫৭ বছৰ

আবেদনৰ শেষ তাৰিখ:১০/০২/২০২০

আবেদনৰ মাচুল: প্ৰাৰ্থীসকলে ১০০০/- টকা NEFT/ IMPS Account Number: 20050100000007 IFSC Code: UCBA0002005 UCO Bank, Assam University Branch.ত পঠিয়াব লাগিব।

কেনেদৰে আবেদন কৰিব:

১/ স্ব-স্বাক্ষৰিত বয়সৰ প্ৰমাণ পত্ৰ

২/ HSLC/ SSLC/ মেট্ৰিক ৰ

৩/ HSC/ PUC চাৰ্টিফিকেট

৪/ ডিপ্লোমা/ডিগ্ৰী চাৰ্টিফিকেট

৫/ SC/ ST/ OBC/ PwD চাৰ্টিফিকেট

৬/ কৰ্মৰত অভিজ্ঞতাৰ

৭/প্ৰাৰ্থীৰ NOC ( if applicable)

৮/ শেহতীয়া দৰমহাৰ প্ৰমান পত্ৰ,

The Assistant Registrar (Recruitment) Assam University, Silchar Raja Rammohan Roy Administrative Building PO: Assam University, PIN CODE – 788011 Cachar, Assam. ঠিকনাত পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ: ১০/০২/২০২০ ( ১:০০ বজাত)

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : হোজাই উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

Next Story
চাকৰি