অসম সৰ্বশিক্ষা অভিযান মিছন নিযুক্তি, নগাঁও

অসম সৰ্বশিক্ষা অভিযান মিছন নিযুক্তি, নগাঁও
Published on

অসম সৰ্বশিক্ষা অভিযান মিছন নিযুক্তি, নগাঁও

কস্তুৰবা গান্ধী বালিকা মহাবিদ্যালয়ত ৪৫ তকৈ কম বয়সৰ উপযুক্ত প্ৰাৰ্থীৰ পৰা নিম্ন লিখিত পদত আবেদন বিচৰা হৈছে । এই আবেদন ঠিকাভিত্তিক হ'ব ।

পদৰ নাম - সহকাৰী শিক্ষক (কলা শাখা)

পদৰ সংখ্যা- ০৪

শিক্ষাগত অৰ্হতা- কলা শাখাত স্নাতক হ'ব লাগিব । লগতে টেট উৰ্ত্তীণ হ'ব লাগিব। স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠান বা বিশ্ববিদ্যালয়ৰ পৰা বি এড ডিগ্ৰী থাকিব লাগিব।

দৰমহা - ১৭,০০০

পদৰ নাম- সহকাৰী শিক্ষক ( বিজ্ঞান শাখা)

পদৰ সংখ্যা- ০৩

শিক্ষাগত অৰ্হতা- বিজ্ঞান শাখাত (গণিত, ৰাসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান) ত স্নাতক হ'ব লাগিব।লগতে টেট উৰ্ত্তীণ হ'ব লাগিব। স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠান বা বিশ্ববিদ্যালয়ৰ পৰা বি এড ডিগ্ৰী থাকিব লাগিব।

কেনেদৰে আৱেদন জনাব- প্ৰাৰ্থী সকলে ১১ মাৰ্চৰ ভিতৰত এছ এছ এ নগাঁওত উপযুক্ত নথি পত্ৰ জমা কৰিব লাগিব।

অন্তিম তাৰিখ- ১১/০৩/২০২০

সৱিশেষ জানিবলৈ: Click here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com