আনন্দৰ বাবে সাজু হওঁক: বাকাৰ্ডি এন এইচ 7 ওইকেনডাৰ ১,২ নৱেম্বৰত

আনন্দৰ বাবে সাজু হওঁক: বাকাৰ্ডি এন এইচ 7 ওইকেনডাৰ ১,২ নৱেম্বৰত

সকলোৰে উৎকন্ঠা অন্ত পেলাইছে ঘোষণা কৰিলে Bacardi NH7 Weekender ৰ তাৰিখ। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলকে অধিক আগ্ৰহৰে অপেক্ষা কৰি থাকে Bacardi NH7 Weekender লৈ। উত্তৰ পূৰ্বাঞ্চলৰ অতি জনপ্ৰিয় মিউজিক ফেষ্টিভেল হল বাকাৰ্ডি এন এইচ 7 ওইকেনডাৰ । মেঘালয়ত এইবাৰ পঞ্চম সংখ্যাক বাকাৰ্ডি এন এইচ 7 ওইকেনডাৰ অনুষ্ঠিত হব । চলিত বৰ্ষত Bacardi NH7 Weekender অনুষ্ঠান হব ১ আৰু ২ নবেম্বৰত ।Bacardi NH7 Weekender মিউজিক ফেষ্টিভেলত ভাৰত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৬০০ গৰাকী শিল্পীয়ে পৰিবেশ কৰিব ।৫০০,০০০ লোক সংগীত প্ৰেমী উপস্থিত থাকিব|

মেঘালয়ে এইবাৰ পঞ্চম সংখ্যাক Bacardi NH7 Weekender পালন কৰিব আৰু ১০ সংখ্যাক উৎযাপন কৰা হব বাকাৰ্ডি মিউজিক ফেষ্টিভেল। উল্লেখযোগ্য যে , NH7 Weekender দেশৰ ভিতৰতে বৃহৎ মিউজিক ফেষ্টিভেল । এইবাৰ মেঘালয়ত বাকাৰ্ডি এন এইচ 7 ওইকেনডাৰৰ বাবে বৃহৎ আয়োজন কৰিছে। Bacardi NH7 Weekender ত মিউজিক, আনন্দ, খাদ্য সকলোৰ সুবিধা থাকিব । পুনেত ২৯ নবেম্বৰ আৰু ১ জানুৱাৰীত উৎযাপন কৰা হব ।

Bacardi NH7 Weekender ৰ কমিটিয়ে প্ৰকাশ কৰা মতে, " এইবাৰ ইয়াত। ১০ বছৰ ধৰি সকলোতকৈ জনপ্ৰিয় মিউজিক ফেষ্টিভেল , মিউজিক, আনন্দ আৰু ভাল পৰিবেশ গঢ়ি তোলা ফেষ্টিভেল হৈছে Bacardi NH7 Weekender। পৰিকল্পনা আৰম্ভ কৰক । টিকট সমুহ শীঘ্ৰেয়ে মুকলি কৰা হব। "(“It’s here. It’s time. The happiest music festival is back for year 10, for yet another year of music, joy and good vibes. Pick a city (or better yet pick both) and start planning. Tickets will be out soon, so stay tuned.”)

Bacardi NH7 Weekender মিউজিক ফেষ্টিভেলত ভাৰত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৬০০ গৰাকী শিল্পীয়ে পৰিবেশ কৰিব । Bacardi NH7 Weekender এই কাৰণেই জনপ্ৰিয় যে, এই মিউজিক ফেষ্টিভেলত বিশ্বৰ সংগীত শুনিবলৈ পোৱা যায় । Bacardi NH7 Weekender ত ৫০০,০০০ লোক সংগীত প্ৰেমী উপস্থিত থকাৰ সম্ভাৱনা আছে ।সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলকে অধিক আগ্ৰহৰে অপেক্ষা কৰি থাকে Bacardi NH7 Weekender লৈ। উত্তৰ পূৰ্বাঞ্চলৰ অতি জনপ্ৰিয় মিউজিক ফেষ্টিভেল হল বাকাৰ্ডি এন এইচ 7 ওইকেনডাৰ ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com