বৰভাগ মহাবিদ্যালয়ত নিযুক্তি 2020

বৰভাগ মহাবিদ্যালয়ত  নিযুক্তি 2020

বৰভাগ মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদত নিযুক্তি

বৰভাগ মহাবিদ্যালয় কতৃপক্ষই বিভিন্ন বিভাগৰ সহকাৰী অধ্যাপকৰ‌‌ পদৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

১)পদৰ নাম- সহকাৰী অধ্যাপক ( বুৰঞ্জী)

পদৰ সংখ্যা – ০১

বয়স- ৩৮

শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীৰ স্নাতকোত্তৰত ৫৫% নম্বৰ থাকিব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।

দৰমহা – ১৫,৬০০ ৰ পৰা ৩৯,১০০

২) পদৰ নাম- সহকাৰী অধ্যাপক ( অৰ্থনীতি)

পদৰ সংখ্যা – ০১

বয়স- ৩৮

শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীৰ স্নাতকোত্তৰত ৫৫% নম্বৰ থাকিব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।

দৰমহা – ১৫,৬০০ ৰ পৰা ৩৯,১০০

৩)পদৰ নাম- সহকাৰী অধ্যাপক (গণিত)

পদৰ সংখ্যা – ০১

বয়স- ৩৮

শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীৰ স্নাতকোত্তৰত ৫৫% নম্বৰ থাকিব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।

দৰমহা – ১৫,৬০০ ৰ পৰা ৩৯,১০০

বাচনি প্ৰক্ৰিয়া- প্ৰাৰ্থী সকলক মহাবিদ্যালয় কতৃপক্ষই তেওঁলোকৰ সাক্ষাৎকাৰৰ ভিত্তিত নিৰ্বাচন কৰিব ।

আবেদন প্ৰক্ৰিয়া- প্ৰাৰ্থীয়ে তেওঁলোকৰ উপযুক্ত নথি পত্ৰ ২০০০ টকাৰ সহায়ত Barbhag College payable at S.B.I. Kalag Branch must reach the office of the to the “Principal i/c, Barbhag College, P.O- Kalag Dist- Nalbari, PIN-781351” পঠিয়াব লাগিব।

অন্তিম তাৰিখ- ১৩/০৩/২০২০

সৱিশেষ জানিবলৈ: Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com