Begin typing your search above and press return to search.

ৰাজ্যসভাত গৃহীত হল কেব

ৰাজ্যসভাত গৃহীত হল কেব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Dec 2019 11:54 AM GMT

বুধবাৰে ৰাজ্যসভাত গৃহীত হল নাগিৰিকত্ব সংশোধনী বিধেয়ক ২০১৯। বিধেয়ক খনৰ সপক্ষে ১২৫ গৰাকী সদস্যই আৰু ১০৫গৰাকী সদস্যই বিল খনৰ বিৰুদ্ধে ভোট দিয়ে।

অন্যহাতে ভোটদানৰ সময়ছোৱাত শিৱসেনাৰ সদস্য সকল অনুপস্থিত থাকে।জনতা দল ইউনাটেড ই বিল খনৰ পক্ষে ভোট দিয়ে।

উল্লেখযোগ্য যে কেবৰ জৰিয়তে লাখৰ হিচাপত বিদেশী অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্ব প্ৰদান কৰা হব।কোনো ধৰণৰ নথি পত্ৰ নাথাকিলেও বিদেশীক নাগৰিকত্ব লাভৰ বাবে আবেদন কৰাৰ সুবিধা দিয়া হব।বিধেয়ক অনুসৰি ২০১৪ ডিচেম্বৰ ৩১ তাৰিখ ভিত্তিবৰ্ষ কৰা হৈছে।

Also Read :

Next Story
চাকৰি