কোকৰাঝাৰৰ চেন্ট্ৰেল ইনষ্টিটিউড অফ টেকন’লজিত জুনিয়ৰ এছিচটেন্টৰ পদ খালী
পদৰ নামঃ জুনিয়ৰ এছিচটেন্ট ৷
যোগ্যতাঃ স্নাতক ৷
খালী হৈ থকা পদৰ সংখ্যাঃ ০৫ ৷
দৰমহাঃ প্ৰতি মাহে ২১,০০০ টকা ৷
অভিজ্ঞতাঃ ০-১
বয়সঃ ২৭
আবেদনৰ শেষ তাৰিখঃ ২৬/০৬/২০১৯
এই সন্দৰ্ভত অধিক জানিবলৈঃ ক্লিক কৰক ৷