চেণ্টাৰ ফৰ ডেভলপমেণ্ট অফ এডভানচ কম্পিউটিং ত নিযুক্তি

চেণ্টাৰ ফৰ ডেভলপমেণ্ট অফ এডভানচ কম্পিউটিং ত নিযুক্তি

চেণ্টাৰ ফৰ ডেভলপমেণ্ট অফ এডভানচ কম্পিউটিং ত নিযুক্তি -

চেণ্টাৰ ফৰ ডেভলপমেণ্ট অফ এডভাঞ্চ কম্পিউতিংঙত নিযুক্তিৰ পদ মুকলি কৰিছে । গোট ' ক' স্থানত যোগ্য ,অভিজ্ঞ আৰু ভাৰত ৰাষ্ট্ৰৰ গতিশীল ব্যৱসায়ে প্ৰত্যক্ষ নিযুক্তি/ নিযুক্তি / স্থানান্তৰনৰ ভিত্তিত নিযুক্তি দিয়া হ'ব । (Advt .No. CORP/GR.A/03/2019)

তলত গুৰুত্বপূৰ্ণ তথ্য সমুহ উল্লেখ কৰা হ'ল :-

পদৰ নাম - কেন্দ্ৰ মুখ্য যুটিয়া পৰিচালক / সহযোগী পৰিচালক

খালী পদ - ২টা

স্থান - শিলচৰ

পদৰ নাম -বিত্তীয় বিষয়া

আবেদনৰ মাছুল - ৫০০ টকা , ডেবিট কাৰ্ড, ক্ৰেডিত কাৰ্ড যোগে আবেদনকাৰী সকলে ৫০০ টকা জমা দিব লাগিব । SC/ST/PH শ্ৰেনীৰ আবেদনকাৰী লোকক মাছুলৰ পৰা ৰেহাই দিয়া হৈছে ।

আবেদনকাৰীয়ে অনলাইনযোগে C -DAC ৰ জৰিয়তে ১৯/১২/২০১৯ ৰ পৰা ১২/১/২০২০ লৈকে আবেদন কৰিব পাৰিব ।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক :: Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com