চি আই এছ এফ ২০১৯ ত মুখ্য কনিষ্টবল নিযুক্তি

চি আই এছ এফ ২০১৯ ত মুখ্য কনিষ্টবল নিযুক্তি

চি আই এছ এফ ২০১৯ ত মুখ্য কনিষ্টবল নিযুক্তি

ভাৰতৰ পুৰুষ মহিলাৰ বাবে ২০১৯ বৰ্ষৰ কেন্দ্ৰীয় সুৰক্ষা বলৰ মুখ্য কনিষ্টবলৰ বাবে ৩০০ পদ খালী ।

পদৰ নাম - মুখ্য কনিষ্টবল

অৰ্হতা- দ্বাদশ

পদ খালী - ৩০০

দৰমহা - ২৫০০০/৮১০০০

অভিজ্ঞতা- নতুন

স্হান- সমগ্ৰ ভাৰতবৰ্ষ

অন্তিম তাৰিখ- ১৭-১২-২০১৯

বয়স - ১৮ ৰ পৰা ২৩ বছৰ ।

আবেদনৰ বাবে মাচুল - ১০০

ঠিকনা - লোধী ৰোড, চি জি অ' কমপ্লেক্স, ব্লক নং ১৩ , নতুন দিল্লী ১১০০০৩

Detail Notification: Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com