Top
Begin typing your search above and press return to search.

কৰ্মৰত অবস্থাতে আত্মহত্যা CISF জোৱানৰ

কৰ্মৰত অবস্থাতে আত্মহত্যা CISF জোৱানৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 March 2019 12:22 PM GMT

বৰঝাৰৰ গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত CISF জোৱানৰ আত্মহত্যা। কৰ্মৰত অবস্থাতে ছাৰ্ভিচ ৰাইফলৰে গুলীয়াই আত্মহত্যা কৰে জোৱানজনে। আজাৰা আৰক্ষী চকীৰ আৰক্ষীয়ে এই কথা জনাইছে । লগতে প্ৰকাশ কৰিছে ঘটনাটো প্ৰায় ২:৩০ সংঘটিত হৈছিল।

বৰ্তমান মৃতদেহ মৰনোত্তৰ পৰীক্ষা ৰ বাবে পঠিওৱা হৈছে । ইতিমধ্যে আজাৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

মৃত জোৱানজন হাৰিয়ানাৰ সুৰেন্দ্ৰ কুমাৰ বুলি চিনাক্ত কৰা হৈছে ।আত্মহত্যাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

Next Story