Begin typing your search above and press return to search.
কৰ্মৰত অবস্থাতে আত্মহত্যা CISF জোৱানৰ

বৰঝাৰৰ গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত CISF জোৱানৰ আত্মহত্যা। কৰ্মৰত অবস্থাতে ছাৰ্ভিচ ৰাইফলৰে গুলীয়াই আত্মহত্যা কৰে জোৱানজনে। আজাৰা আৰক্ষী চকীৰ আৰক্ষীয়ে এই কথা জনাইছে । লগতে প্ৰকাশ কৰিছে ঘটনাটো প্ৰায় ২:৩০ সংঘটিত হৈছিল।
বৰ্তমান মৃতদেহ মৰনোত্তৰ পৰীক্ষা ৰ বাবে পঠিওৱা হৈছে । ইতিমধ্যে আজাৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
মৃত জোৱানজন হাৰিয়ানাৰ সুৰেন্দ্ৰ কুমাৰ বুলি চিনাক্ত কৰা হৈছে ।আত্মহত্যাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
Next Story