ক’কনাট ডেভেলপমেন্ট বৰ্ডত ল’ৱাৰ ডিভিজন ক্লাকৰ পদ খালী
পদৰ নামঃ লৱাৰ ডিভিজন ক্লাক
অৰ্হতাঃ দশম শ্ৰেণী উত্তীৰ্ণ
খালী হৈ থকা পদৰ সংখ্যাঃ ০৩
দৰমহাঃ প্ৰতি মাহে ১৯৯০০- ৬৩,২০০ টকা
অভিজ্ঞতাঃ ০-১
বয়মঃ ৩০
আবেদনৰ শেষ তাৰিখঃ ২২/০৭/২০১৯
এই সন্দৰ্ভত অধিক জানিবলৈঃ ক্লিক কৰক