অসমৰ ৭ খন কেঞ্চাৰ কেয়াৰ কেন্দ্ৰৰ নিৰ্মাণৰ কাম আগষ্টৰ পৰা আৰম্ভ হব

অসমৰ ৭ খন কেঞ্চাৰ কেয়াৰ কেন্দ্ৰৰ নিৰ্মাণৰ কাম আগষ্টৰ পৰা আৰম্ভ হব

অসমত কেইবাখনো কেঞ্চাৰ কেয়াৰ কেন্দ্ৰ স্থাপন কৰা হব । ৭ খন কেঞ্চাৰ কেয়াৰ কেন্দ্ৰৰ নিৰ্মাণৰ কাম এই বছৰৰ আগষ্ট মাহৰ পৰা আৰম্ভ হব ।

ৰাজ্যিক চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যুতিয়া সহযোগত এই কথা ঘোষণা কৰে । ২০১৮ চনৰ জুন মাহত ৰতন টাটাৰ উপস্থিতিত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ মাজত চুক্তি স্বাক্ষৰ কৰা হৈছিল । অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ নেতৃত্বত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ মাজত চুক্তি স্বাক্ষৰ কৰে । এই চুক্তি মতে, টাটা ট্ৰাষ্টে ফাউণ্ডেশ্যনক ১,০০০ কোটি দিছিল ।

এই ৭ খন কেঞ্চাৰ কেয়াৰ কেন্দ্ৰৰ নিৰ্মাণৰ কাম আগষ্ট মাহৰ পৰা আৰম্ভ হব । ৭৩৬ কোটি টকা ব্যয় সাপেক্ষে এই নিৰ্মাণৰ কাম আগষ্ট মাহৰ পৰা আৰম্ভ হব । কেঞ্চাৰ কেয়াৰ কেন্দ্ৰৰ নিৰ্মাণৰ কাম "লাৰচেন " আৰু " তুব্ৰ" ক দিয়া হৈছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com