শীৰ্ষ বাতৰি

ছেমি ফাইনেলত এম এচ ধোনিৰ আউটৰ পিছতে মৃত্যু অনুৰাগীৰ

DHONI
Source: Google

 

বিশ্বকাপৰ ছেমি ফাইনেলত এম এচ ধোনি আউট , আনফালে মৃত্যু এগৰাকী ধোনি অনুৰাগীৰ । বুধবাৰে অনুষ্ঠিত ভাৰত আৰু নিউজিলেণ্ডৰ মেচত এম এচ ধোনিক আউট বুলি ঘোষণা কৰাৰ পাছতে শ্ৰীকান্তা মাইতি নামৰ যুৱক জন হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হয় ।তাৰ পাছতে যুৱক জন ঢলি পৰে ।

হগলি জিলাৰ ৩৩ বছৰীয়া শ্ৰীকান্তা মাইতিয়ে নিজৰ মোবাইলত ছেমি ফাইনেল মেচ খন চাই আছিল । বিশ্বকাপৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ হাতত ভাৰত ১৮ ৰানৰ কাৰনে পৰাজিত হয়। ৰোহিত, ৰাহুল আৰু কোহলিয়ে ১ ৰান কৰিয়ে আউট হয়। তাৰ পাছত ধোনিৰ ওপৰতে দেশৰ শেষ ভৰষা আছিল যদিও ধোনিৰ আউটৰ পিছত ক্ৰিকেট অনুৰাগী সকল ভাঙি পৰে ।

 

dhoni ms

 

অন্য খবৰৰ বাবে পঢ়ক  : বিশ্বকাপ ছেমি ফাইনেল: ৩০.৩ অভাৰত ৯২ ৰান ভাৰতৰ : ৬ জন আউট