Begin typing your search above and press return to search.

ছেমি ফাইনেলত এম এচ ধোনিৰ আউটৰ পিছতে মৃত্যু অনুৰাগীৰ

ছেমি ফাইনেলত এম এচ ধোনিৰ আউটৰ পিছতে মৃত্যু অনুৰাগীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 July 2019 10:53 AM GMT

বিশ্বকাপৰ ছেমি ফাইনেলত এম এচ ধোনি আউট , আনফালে মৃত্যু এগৰাকী ধোনি অনুৰাগীৰ । বুধবাৰে অনুষ্ঠিত ভাৰত আৰু নিউজিলেণ্ডৰ মেচত এম এচ ধোনিক আউট বুলি ঘোষণা কৰাৰ পাছতে শ্ৰীকান্তা মাইতি নামৰ যুৱক জন হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হয় ।তাৰ পাছতে যুৱক জন ঢলি পৰে ।

হগলি জিলাৰ ৩৩ বছৰীয়া শ্ৰীকান্তা মাইতিয়ে নিজৰ মোবাইলত ছেমি ফাইনেল মেচ খন চাই আছিল । বিশ্বকাপৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ হাতত ভাৰত ১৮ ৰানৰ কাৰনে পৰাজিত হয়। ৰোহিত, ৰাহুল আৰু কোহলিয়ে ১ ৰান কৰিয়ে আউট হয়। তাৰ পাছত ধোনিৰ ওপৰতে দেশৰ শেষ ভৰষা আছিল যদিও ধোনিৰ আউটৰ পিছত ক্ৰিকেট অনুৰাগী সকল ভাঙি পৰে ।

dhoni ms

অন্য খবৰৰ বাবে পঢ়ক : বিশ্বকাপ ছেমি ফাইনেল: ৩০.৩ অভাৰত ৯২ ৰান ভাৰতৰ : ৬ জন আউট

Next Story
চাকৰি