মাজুলীৰ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

মাজুলীৰ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

মাজুলীৰ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

মাজুলীৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ খালী পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

পদৰ নাম: জুনিয়ৰ এচিচটেন্ট

পদৰ সংখ্যা:০১ (UR)

দৰমহা : (PB-II), ১৪,০০০-৬০,৫০০/- + GP- ৬,২০০/- টকা

শিক্ষাগত অৰ্হতা: স্নাতক

পদৰ নাম : কপিইষ্ট

পদৰ সংখ্যা: ০১ (UR)

দৰমহা: ১৪,০০০-৬০,৫০০/- + GP- ৬,২০০/- টকা

শিক্ষাগত অৰ্হতা: স্নাতক

পদৰ নাম : প্ৰচেচ চাৰ্ভাৰ

পদৰ সংখ্যা: ০১(UR)

দৰমহা: ১২,০০০-৩৭,৫০০/- + GP- ৩,৯০০/- টকা

শিক্ষাগত অৰ্হতা: এইচ. এচ. এল. চি আৰু সমপৰ্যায়।

বয়স সীমা: ১৮ ৰ পৰা ৪৪ বছৰ (০১/০১/২০২০) SC/ST/OBC/MOBC প্ৰাৰ্থী ৰ বাবে বয়স ৰেহাই কৰা হব ।

প্ৰাৰ্থী সকলে পৰীক্ষাৰ এডমিট কাৰ্ড সমূহ মাজুলীৰ উপায়ুক্তৰ কাৰ্য্যালয়, মাজুলীৰ পৰা সংগ্ৰহ কৰিব লাগিব।

ঠিকনা: Office of the Deputy Commissioner, Majuli, P.O. Garmur, PIN. 785104.

আবেদনৰ শেষ তাৰিখ- ২৫/০২/২০২০, ৫:০০ বজালৈ।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক :Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com