২০২০ চনৰ ডিপাৰ্টমেন্ট অফ টেলিকমিউনিকেশ্যনত নিযুক্তি

২০২০ চনৰ ডিপাৰ্টমেন্ট অফ টেলিকমিউনিকেশ্যনত নিযুক্তি

২০২০ চনৰ ডিপাৰ্টমেন্ট অফ টেলিকমিউনিকেশ্যনত নিযুক্তি।

পদৰ নাম - চাব ডিভিজনেল ইঞ্জিনিয়াৰ

পদৰ সংখ্যা- ৯০

দৰমহা- ৪৭,৬০০০ ৰ পৰা ১,৫১,১০০ ভিতৰত প্ৰতি মাহে ।

চাকৰিৰ স্থান - ভাৰতবৰ্ষ

অন্তিম তাৰিখ- ০২/০৩/২০২০

পদৰ নাম - জুনিয়ৰ টেলিকম অফিচাৰ

পদৰ সংখ্যা - ১১

দৰমহা - ৪৪,৯৯০ ৰ পৰা ১,৪২,৪০০ প্ৰতিমাহে ।

চাকৰিৰ স্থান - ভাৰতবৰ্ষ

অন্তিম তাৰিখ- ০২/০৩/২০২০

বাচনি প্ৰক্ৰিয়া- প্ৰতিনিধিত্বৰ‌ ভিত্তিত।

কেনেদৰে আৱেদন কৰিব - ওপৰোক্ত তালিকাত ভুক্ত নথি সমূহ ২/৩/২০২০ তাৰিখৰ আগত সংশ্লিষ্ট কৰ্তৃপক্ষৰ হাতত জমা দিব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : আই অ চি এল ত চাকৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com