উপায়ুক্তৰ কাৰ্য্যালয় ডিব্ৰুগড়ত নিযুক্তি ২০২০
অসম চৰকাৰৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয় ডিব্ৰুগড়ত ইচ্ছুক প্ৰাৰ্থীৰ পৰা খালি পদসমূহ পূৰণৰ বাবে আবেদন বিচাৰিছে।
পদৰ নাম: এডমিনিস্ট্রেটিভ অফিচাৰ
পদৰ সংখ্যা: ০১
দৰমহা: ২২,০০০/-ৰ পৰা ৯৭,৫০০/+ ১১,৫০০/-গ্ৰেড পে প্ৰতি মাহ
অৰ্হতা: স্নাতক, লগতে ১৫ বছৰ যিকোনো উপায়ুক্তৰ কাৰ্য্যালয়ত কৰ্মৰত অভিজ্ঞতা
নিৰ্বাচন প্ৰক্ৰিয়া: সাক্ষাৎকাৰ
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থী সকলে আবেদনসমূহ প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে ট্ৰেজাৰী চালান ২৫০/- টকা সাধাৰণ শ্ৰেণীৰ বাবে, ১৫০/- টকা এছ ছি/ এছ টি প্ৰাৰ্থীৰ আবেদনৰ মাচুলৰ বাবে ট্ৰেজাৰী অধীনত 0070 হেড একাউন্টত জমা কৰিব লাগিব।
শেষ তাৰিখ: ৩১/০৩/২০২০
সৱিশেষ জানিবলৈ: click here
অন্য খবৰৰ বাবে পঢ়ক: যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ত নিযুক্তি ২০২০