Begin typing your search above and press return to search.

উপায়ুক্তৰ কাৰ্য্যালয় ডিব্ৰুগড়ত নিযুক্তি ২০২০

উপায়ুক্তৰ কাৰ্য্যালয় ডিব্ৰুগড়ত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 March 2020 7:33 AM GMT

উপায়ুক্তৰ কাৰ্য্যালয় ডিব্ৰুগড়ত নিযুক্তি ২০২০

অসম চৰকাৰৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয় ডিব্ৰুগড়ত ইচ্ছুক প্ৰাৰ্থীৰ পৰা খালি পদসমূহ পূৰণৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম: এডমিনিস্ট্রেটিভ অফিচাৰ

পদৰ সংখ্যা: ০১

দৰমহা: ২২,০০০/-ৰ পৰা ৯৭,৫০০/+ ১১,৫০০/-গ্ৰেড পে প্ৰতি মাহ

অৰ্হতা: স্নাতক, লগতে ১৫ বছৰ যিকোনো উপায়ুক্তৰ কাৰ্য্যালয়ত কৰ্মৰত অভিজ্ঞতা

নিৰ্বাচন প্ৰক্ৰিয়া: সাক্ষাৎকাৰ

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থী সকলে আবেদনসমূহ প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে ট্ৰেজাৰী চালান ২৫০/- টকা সাধাৰণ শ্ৰেণীৰ বাবে, ১৫০/- টকা এছ ছি/ এছ টি প্ৰাৰ্থীৰ আবেদনৰ মাচুলৰ বাবে ট্ৰেজাৰী অধীনত 0070 হেড একাউন্টত জমা কৰিব লাগিব।

শেষ তাৰিখ: ৩১/০৩/২০২০

সৱিশেষ জানিবলৈ: click here

অন্য খবৰৰ বাবে পঢ়ক: যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ত নিযুক্তি ২০২০

Next Story