হাইলাকান্দি উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

হাইলাকান্দি উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০
Published on: 

হাইলাকান্দি উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

অসম চৰকাৰৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয় হাইলাকান্দি ৰেভিনিউ আৰু ডিজাস্টাৰ মেনেজমেন্টে ইচ্ছুক প্ৰাৰ্থীৰ পৰা খালি পদসমূহ পূৰণৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম: মণ্ডল/ পাটৱাৰী

পদৰ সংখ্যা: ০৭

দৰমহা: ১৪,০০০/-ৰ পৰা ৬০,৫০০/+ ৬২০০/-গ্ৰেড পে প্ৰতি মাহ

বয়স:১৮ ৰ পৰা ৩৮ বছৰ

শিক্ষাগত অৰ্হতা: হাই স্কুল শিক্ষান্ত পৰীক্ষা উৰ্ত্তীণ। ৬ মহীয়া ৰেকডাৰ্চ কাল্চ কোৰ্চ চাৰ্টিফিকেট।

শেষ তাৰিখ: ০৩/০৩/২০২০

ঠিকনা: Deputy Commissioner, Hailakandi, P.O& Dist- Hailakandi, Assam, Pin-788151

সৱিশেষ জানিবলৈ: Click here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com