Begin typing your search above and press return to search.

কাৰ্বি আংলং উপায়ুক্তৰ কাৰ্যালয়ত নিযুক্তি ২০২০

কাৰ্বি আংলং উপায়ুক্তৰ কাৰ্যালয়ত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 March 2020 11:01 AM GMT

কাৰ্বি আংলং উপায়ুক্তৰ কাৰ্যালয়ত নিযুক্তি ২০২০

কাৰ্বিআংলং জিলা উপায়ুক্তৰ কাৰ্যালয়ত ভিন্ন বৰ্গৰ পদসমুহ পূৰণ কৰিবলৈ উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

১/পদৰ নাম: ষ্টেনগ্ৰাফাৰ

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: কলা/বিজ্ঞান/বাণিজ্য বিষয়ত স্নাতক লগতে কম্পিউটাৰ এপ্লিকেচনৰ জ্ঞান থকা প্ৰয়োজন।

দৰমহা: ৫২০০/-ৰ পৰা ২০২০০/- + GP ২৯০০/-

২/পদৰ নাম:জুনিয়ৰ এছিছটেন্ট

পদৰ সংখ্যা: ০২

শিক্ষাগত অৰ্হতা: কলা/বিজ্ঞান/বাণিজ্য বিষয়ত স্নাতক লগতে কম্পিউটাৰ এপ্লিকেচনৰ জ্ঞান থকা প্ৰয়োজন।

দৰমহা: ৫২০০/-ৰ পৰা ২০২০০/- + GP ২৯০০/-

৩/ পদৰ নাম: গাড়ী চালক

পদৰ সংখ্যা: ০২

শিক্ষাগত অৰ্হতা: হাই স্কুল শিক্ষান্ত পৰীক্ষা উৰ্ত্তীণ

দৰমহা: ৫২০০/-ৰ পৰা ২০২০০/- + GP ২৯০০/-

৪/ চকীদাৰ/অৰ্ডালীৰ

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: ক্লাছ ৮

দৰমহা: ৪৫৬০/- ৰ পৰা ১৫০০০/- + GP ১৫০০

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহ ৫ /- টকাৰ ড্ৰাফট টিকট লগোৱা এনভেলপত প্ৰেৰণ কৰিব লাগিব। সবিশেষ জানিবলৈ ৱেবচাইট Karbianglong.gov.in ৰ সহায় ল'ব লাগিব।

ঠিকনা: জিলা উপায়ুক্ত কাৰ্যালয়, ডিফু, পিন-৭৮২৪৬০

সৱিশেষ জানিবলৈ: click here

অন্য খবৰৰ বাবে পঢ়ক:আই আই টি গুৱাহাটীত নিযুক্তি ২০২০

Next Story
চাকৰি