তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয় চেয়াৰমেন, ডি ডি এম এ তিনিচুকীয়া ফিল্ড অফিচাৰ ডিজাস্টাৰ মেনেজমেন্ট আদি পদ সমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

১. ফিল্ড অফিচাৰ

বয়স সীমা ২১ ৰ পৰা ৩৫ বয়স পর্যন্ত

দৰমহা- ২০০০০ প্ৰতি মাহ

সময়সীমা- ০৭/০২/২০২০(০৩:০০ PM)

প্ৰাৰ্থী সমূহয়ে লিখিত পৰীক্ষা / কম্পিউটাৰ টেষ্ট/ ইনটাৰভিউ

ঠিকনা- প্ৰাৰ্থী সকলে আবেদন উল্লেখিত ঠিকনাযোগে পছিয়াব লাগিব ।The Deputy Commissioner & Chairman, DDMA Tinsukia, O/O The Deputy Commissioner, Tinsukia

শিক্ষাগত অৰ্হতা:বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লগতে পৰিসংখ্যা ,ভূগোল ,পৰিৱেশন বিজ্ঞান, ভূতাত্ত্ব বিজ্ঞান চিভিল ইন্জিনিয়াৰিং আৰ্টিটেকচৰত ডিপ্লোমা হব লাগিব আৰু কম্পিউটাৰৰ দক্ষতা অথবা বি চি এ (BCA) অথবা কম্পিউটাৰ বিজ্ঞানত অধ্যয়ন কৰা হব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com