ডেভ (DEV) ইন্জিনিয়াৰিং নিযুক্তি ২০২০

ডেভ (DEV) ইন্জিনিয়াৰিং নিযুক্তি ২০২০

ডেভ (DEV) ইন্জিনিয়াৰিং নিযুক্তি ২০২০

ডেভ (DEV) ইন্জিনিয়াৰিং গুৱাহাটীত ইন্জিনিয়াৰ ৰ এটা দলে অটো উপকৰণ ৰ ক্ষেত্ৰ খনত নিম্নলিখিত পদসমূহৰ বাবে যোগ্য প্রার্থী ৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: ছাৰ্ভিচ ইন্জিনিয়াৰ

পদৰ সংখ্যা: ০২

দৰমহা: ৮০০০ পৰা ১০,০০০ (Freshers,TA, DA, Incentive will be extra)

বয়স : ২০ -৩০ বছৰ.

শিক্ষাগত অৰ্হতা: মেকানিক্যাল, অটোমবাই , আই টি আই ত ডিপ্লোমা

*প্ৰাৰ্থী সকলে চি ভি সমূহ sales.devengineering@gmail.com or devengineeringhy@gmail.com ত মেইল যোগে পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ: ১৫/০২/২০২০

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com