Begin typing your search above and press return to search.
ধেমাজিৰ জিলা আইন সেৱা প্ৰাধিকৰণত নিযুক্তি ২০২০

ধেমাজিৰ জিলা আইন সেৱা প্ৰাধিকৰণত নিযুক্তি ২০২০
ধেমাজিৰ জিলা আইন সেৱা প্ৰাধিকৰণত ফ্ৰন্ট অফিচ কো-অৰ্ডিন্টৰৰ এটা পদত প্ৰাৰ্থী নিয়োগ কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম: ফ্ৰন্ট অফিচ কো-অৰ্ডিন্টৰ
শিক্ষাগত অৰ্হতা: বি এ/ বি এছ চি/ বি কম, কম্পিউটাৰত ছমহীয়া ডিপ্লোমা/ চাৰ্টিফিকেট। এম এছ অফিচ, ইন্টাৰনেট আৰু ই মেইল আইডিত পৰ্যাপ্ত জ্ঞান থকা দৰকাৰ।
দৰমহা: ২০,০০০/- টকা প্ৰতি মাহ
প্ৰাৰ্থীয়ে সবিশেষ জানিবলৈ ৱেবছাইট dhemajijudiciary.gov.in ৰ সহায় লব পাৰিব।
সাক্ষাৎকাৰৰ তাৰিখ: ২১/০২/২০২০
সবিশেষ জানিবলৈ : click here
অন্য খবৰৰ বাবে পঢ়ক : কেন্দ্রীয় বিদ্যালয় ডিফুত নিযুক্তি ২০২০
Next Story