ধিং মহাবিদ্যালয় নগাঁওত নিযুক্তি ২০২০

ধিং মহাবিদ্যালয় নগাঁওত নিযুক্তি ২০২০

ধিং মহাবিদ্যালয় নগাঁওত নিযুক্তি ২০২০

ধিং মহাবিদ্যালয় নগাঁওত অধ্যক্ষ পদত নিয়োগ কৰিবলৈ উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: অধ্যক্ষ

পদৰ সংখ্যা: ০১

অৰ্হতা: স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা ৫৫% নম্বৰৰ সহায়ত স্নাতকোত্তৰ,, Ph.D , অধ্যাপক/সহযোগী অধ্যাপক পদত বিশ্ববিদ্যালয়) মহাবিদ্যালয়/ উচ্চ শিক্ষানুষ্ঠানত ১৫ বছৰৰ অভিজ্ঞতা।

বয়স: ৫৫ বছৰ

অভিজ্ঞতা: ৫ বছৰ অধ্যক্ষ পদত কৰ্মৰত অভিজ্ঞতা

দৰমহা - ভাৰত চৰকাৰৰ ৭তম কেন্দ্ৰীয় বেতন কমিচন অনুসৰি।

কেনেদৰে আবেদন কৰিব:প্ৰাৰ্থীসকলে আবেদনসমূহৰ সৈতে ৩০০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে Principal i/c, Dhing College, Dhing, PO: Dhing, Dist: Nagaon (Assam), Pin: 782123 payable at State Bank of India, Dhing Branch, IFSC Code: SBING002050 একাউন্টত বিজ্ঞাপন প্ৰকাশৰ ১৫ দিনৰ ভিতৰত পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ: ১৬/০৩/২০২০

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com