ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিযুক্তি২০২০

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিযুক্তি২০২০

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ ৱাক-ইন-ইন্টাৰভিউৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম : সহকাৰী অধ্যাপক

পদৰ সংখ্যা: ০২

অৰ্হতা: এম.এচ চি লাইফ চাইন্স, উদ্ভিদ বিজ্ঞান UGCৰ অধীনত NET/SELT/SET উৰ্ত্তীণ অথবা Ph.D.

দৰমহা: ২৫,০০০/- প্ৰতি মাহ (NET/GATE/SET, Ph.D উত্তীর্ণ প্ৰাৰ্থীৰ বাবে)

২০,০০০/- প্ৰতি মাহ (NET/GATE/SET,Ph.D ডিগ্ৰী নথকা প্ৰাৰ্থীৰ বাবে)

আবেদনৰ মাচুল: ২০০/-

ৱাক-ইন-ইন্টাৰভিউৰ তাৰিখ: ১১/০৩/২০২০

সৱিশেষ জানিবলৈ: click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com