Begin typing your search above and press return to search.
প্ৰাথমিক শিক্ষা সঞ্চালয় অসমত নিযুক্তি

প্ৰাথমিক শিক্ষা সঞ্চালয় অসমত নিযুক্তি -
প্ৰাথমিক শিক্ষা সঞ্চালয় বিভাগে ডিব্ৰুগড়, গুৱাহাটী , যোৰহাট, শিলচৰ , তেজপুৰত ২০২০/২০২১ চনৰ নিযুক্তিৰ প্ৰক্ৰিয়া মুকলি কৰিছে ।
lpupteachers .com যোগে সম্পূৰ্ণ তথ্য লাভ কৰিব ।
পদৰ নাম - শিক্ষক
খালী পদৰ সংখ্যা - ৯৬৩৫
দৰমহা - ১৪০০০ - ৪৯০০০ টকালৈ
নিযুক্তিৰ স্থান - ডিব্ৰুগড় ,গুৱাহাটী , যোৰহাট , শিলচৰ , তেজপুৰ ।
আবেদনৰ অন্তিম তাৰিখ - ১১/২/২০২০
নিৰ্বাচন প্ৰক্ৰিয়া - লিখিত পৰীক্ষা /সাক্ষাৎকাৰ
যোগ্য প্ৰাৰ্থীসকলে অনলাইন ৱেবচাইত DEE , Assam, i.e.www.dee.assam.gov.in যোগে আবেদন কৰিব পাৰিব ।
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক :Click Here
অন্য খবৰৰ বাবে পঢ়ক : অইল ইণ্ডিয়া লিমিটেডত নিযুক্তি :-
Next Story