চাকৰি

প্ৰাথমিক শিক্ষা সঞ্চালয় অসমত নিযুক্তি

প্ৰাথমিক

প্ৰাথমিক শিক্ষা সঞ্চালয় অসমত নিযুক্তি –

প্ৰাথমিক শিক্ষা সঞ্চালয় বিভাগে ডিব্ৰুগড়, গুৱাহাটী , যোৰহাট, শিলচৰ , তেজপুৰত ২০২০/২০২১ চনৰ নিযুক্তিৰ প্ৰক্ৰিয়া মুকলি কৰিছে ।
lpupteachers .com যোগে সম্পূৰ্ণ তথ্য লাভ কৰিব ।

পদৰ নাম – শিক্ষক

খালী পদৰ সংখ্যা – ৯৬৩৫

দৰমহা – ১৪০০০ – ৪৯০০০ টকালৈ

নিযুক্তিৰ স্থান – ডিব্ৰুগড় ,গুৱাহাটী , যোৰহাট , শিলচৰ , তেজপুৰ ।

আবেদনৰ অন্তিম তাৰিখ – ১১/২/২০২০

নিৰ্বাচন প্ৰক্ৰিয়া – লিখিত পৰীক্ষা /সাক্ষাৎকাৰ

যোগ্য প্ৰাৰ্থীসকলে অনলাইন ৱেবচাইত DEE , Assam, i.e.www.dee.assam.gov.in যোগে আবেদন কৰিব পাৰিব ।

 

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক :Click Here

অন্য খবৰৰ বাবে পঢ়ক :  অইল ইণ্ডিয়া লিমিটেডত নিযুক্তি :-