Begin typing your search above and press return to search.

জিলা আৰু সত্ৰ ন্যায়াধীশ, শোণিতপুৰ  নিযুক্তি ২০২০

জিলা আৰু সত্ৰ ন্যায়াধীশ, শোণিতপুৰ  নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 March 2020 8:26 AM GMT

জিলা আৰু সত্ৰ ন্যায়াধীশ, শোণিতপুৰ নিযুক্তি ২০২০

জিলা আৰু সত্ৰ ন্যায়াধীশ, শোণিতপুৰ কাৰ্যালয়ত ইচ্ছুক প্ৰাৰ্থীৰ পৰা খালি পদ পূৰণৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম: চীফ এডমিনিস্ট্রেটিভ অফিচাৰ (ছিৰষ্টাদাৰ)

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: স্নাতক

অভিজ্ঞতা: ৫বছৰীয়া ছিৰষ্টাদাৰৰ অভিজ্ঞতা

দৰমহা: ৩০,০০০-১,১০,০০০/- প্ৰতি মাহ

প্ৰাৰ্থী সকলে আবেদনসমূহ District and Sessions Judge, Sonitpur, Tezpur” ৰ ঠিকনাত ১৭ মাৰ্চ ২০২০ ৰ আগতীয়াকৈ পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ: ১৭/০৩/২০২০

সবিশেষ জানিবলৈ: Click Here

অন্য খবৰৰ বাবে পঢ়ক: আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ত নিযুক্তি ২০২০

Next Story
চাকৰি