ডিষ্ট্রিক্ট লিগেল চাৰ্ভিচ অথৰিটি,বঙ্গাইগাওঁত নিযুক্তি ২০২০
ডিষ্ট্রিক্ট লিগেল চাৰ্ভিচ অথৰিটি, বঙ্গাইগাওঁত ঠিকাভিত্তিক ফ্ৰন্ট অফিচ কো-অৰ্ডিন্টৰ পদটিৰবাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম: ফ্ৰন্ট অফিচ কো-অৰ্ডিন্টৰ
পদৰ সংখ্যা: ০১
বয়স: ৪৩ বছৰ
শিক্ষাগত অৰ্হতা: বি.এ/ বি. এচ.চি/ বি.কম আৰু ৬মহীয়া কম্পিউটাৰ এম.এচ অফিচ, ইন্টাৰনেট/ই-মেইলত ডিপ্লোমা/ চাৰ্টিফিকেট
দৰমহা: ২০,০০০/- টকা প্ৰতি মাহ
বাচনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ
আবেদনৰ শেষ তাৰিখ: ২৩/০২/২০২০
বয়স সীমা: ১৮ ৰ পৰা ৪৩ বছৰ
ঠিকনা: Conference Hall, 2nd Floor, District Judicial Court Building, Deuripara, Bongaigaon.
সবিশেষ জানিবলৈ : Click Here
অন্য খবৰৰ বাবে পঢ়ক : গুৱাহাটী বিশ্ববিদ্যালয়ৰ গেষ্ট ফেকাল্টি পদৰ বাবে নিযুক্তি ২০২০