Begin typing your search above and press return to search.

ডিষ্ট্রিক্ট লিগেল চাৰ্ভিচ অথৰিটি,বঙ্গাইগাওঁত নিযুক্তি ২০২০

ডিষ্ট্রিক্ট লিগেল চাৰ্ভিচ অথৰিটি,বঙ্গাইগাওঁত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Feb 2020 12:52 PM GMT

ডিষ্ট্রিক্ট লিগেল চাৰ্ভিচ অথৰিটি,বঙ্গাইগাওঁত নিযুক্তি ২০২০

ডিষ্ট্রিক্ট লিগেল চাৰ্ভিচ অথৰিটি, বঙ্গাইগাওঁত ঠিকাভিত্তিক ফ্ৰন্ট অফিচ কো-অৰ্ডিন্টৰ পদটিৰবাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: ফ্ৰন্ট অফিচ কো-অৰ্ডিন্টৰ

পদৰ সংখ্যা: ০১

বয়স: ৪৩ বছৰ

শিক্ষাগত অৰ্হতা: বি.এ/ বি. এচ.চি/ বি.কম আৰু ৬মহীয়া কম্পিউটাৰ এম.এচ অফিচ, ইন্টাৰনেট/ই-মেইলত ডিপ্লোমা/ চাৰ্টিফিকেট

দৰমহা: ২০,০০০/- টকা প্ৰতি মাহ

বাচনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ

আবেদনৰ শেষ তাৰিখ: ২৩/০২/২০২০

বয়স সীমা: ১৮ ৰ পৰা ৪৩ বছৰ

ঠিকনা: Conference Hall, 2nd Floor, District Judicial Court Building, Deuripara, Bongaigaon.

সবিশেষ জানিবলৈ : Click Here

অন্য খবৰৰ বাবে পঢ়ক : গুৱাহাটী বিশ্ববিদ্যালয়ৰ গেষ্ট ফেকাল্টি পদৰ বাবে নিযুক্তি ২০২০

Next Story
চাকৰি