Begin typing your search above and press return to search.

দক্ষিণ কামৰূপ মহাবিদ্যালয়ত নিযুক্তি ২০২০

দক্ষিণ কামৰূপ মহাবিদ্যালয়ত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Feb 2020 1:43 PM GMT

দক্ষিণ কামৰূপ মহাবিদ্যালয়ত নিযুক্তি ২০২০

দক্ষিণ কামৰূপ মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা কলেজ কৰ্তৃপক্ষই আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক( অসমীয়া,পদাৰ্থ বিজ্ঞান)

পদৰ সংখ্যা: ০৩

বয়স: ৩৮ বছৰ

আবেদনৰ শেষ তাৰিখ: ০৩/০৩/২০২০

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহৰ সৈতে ২০০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে DAKSHIN KAMRUP COLLEGE, MIRZA accounts no. 2190024063 IFSC CBINO283207 CBI, Mirza Branch should reach the Principal, D.K.College, Mirza ঠিকনাত বিজ্ঞাপন প্ৰকাশৰ ১৫ [16/02/2020] দিনৰ ভিতৰত পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ: ০৩/০৩/২০২০

সৱিশেষ জানিবলৈ: Click here

অন্য খবৰৰ বাবে পঢ়ক: যোৰহাট কলেজত সহকাৰী অধ্যাপক পদৰ নিযুক্তি ২০২০

Next Story