কাৰিকৰী শিক্ষা সঞ্চালকৰ কাৰ্যালয়,অসমত নিযুক্তি ২০২০

কাৰিকৰী শিক্ষা সঞ্চালকৰ কাৰ্যালয়,অসমত নিযুক্তি ২০২০

কাৰিকৰী শিক্ষা সঞ্চালকৰ কাৰ্যালয়,অসমত নিযুক্তি ২০২০

কাৰিকৰী শিক্ষা সঞ্চালক, অসম ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ৰ বাবে গ্ৰেড- III খালি পদ সমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

১/ জুনিয়ৰ এচিচটেন্চ

পদৰ সংখ্যা: ৮[ UR: ৪, OBC: ২, SC: ১, ST(p): ১]

দৰমহা: ১৪,০০০/- ৰ পৰা ৬০,৫০০/- টকা +গ্ৰেড পে ৬২০০/- টকা

শিক্ষাগত অৰ্হতা: স্নাতক, কম্পিউটাৰ ৰ দক্ষতা

২. জুনিয়ৰ ইনষ্ট্ৰাকটৰ

পদৰ সংখ্যা: ১৪[ UR: ৬, OBC: ৪, SC: ১, ST(p): ১ ST(h):১ EWS: ১]

দৰমহা: ১৪,০০০/- ৰ পৰা ৬০,৫০০/- টকা +গ্ৰেড পে ৬৮০০/- টকা

শিক্ষাগত অৰ্হতা: HSLC/TSLC ৰ সৈতে ITI অথবা ৫ বছৰীয়া অভিজ্ঞতা

৩. চাইন্টিফিক এচিচটেন্চ( পদার্থবিজ্ঞান)

পদৰ সংখ্যা: ১(UR)

দৰমহা: ১৪,০০০/- ৰ পৰা ৬০,৫০০/- টকা +গ্ৰেড পে ৭৪০০/- টকা

শিক্ষাগত অৰ্হতা:

ৰাসায়ন বিজ্ঞান, পদার্থবিজ্ঞান, গণিত বিষয়ত স্নাতক।

স্নাতক পৰ্যায়ত গুৰুবিষয় পদার্থবিজ্ঞানত থকা প্ৰাৰ্থীসকলক অগ্রাধিকাৰ দিয়া হব।

৪. চাইন্টিফিক এচিচটেন্চ( ৰাসায়ন বিজ্ঞান)

পদৰ সংখ্যা: ১(UR)

দৰমহা: ১৪,০০০/- ৰ পৰা ৬০,৫০০/- টকা +গ্ৰেড পে ৭৪০০/- টকা

শিক্ষাগত অৰ্হতা:

১/ ৰাসায়ন বিজ্ঞান, পদার্থ বিজ্ঞান, আৰু গণিত বিষয়ত স্নাতক।

২/স্নাতক পৰ্যায়ত গুৰুবিষয় ৰাসায়ন বিজ্ঞানত থকা প্ৰাৰ্থীসকলক অগ্রাধিকাৰ দিয়া হব।

বয়স: ১৮ ৰ পৰা ৩৮ বছৰ (০১/০১/২০২০)

বাচনি প্ৰক্ৰিয়া:

১/ বাচি উলিওৱা প্ৰাৰ্থীসকলক লিখিত পৰীক্ষাত অৱৰ্তীণ হব।

২/লিখিত পৰীক্ষা আৰু কম্পিউটাৰত দক্ষতা,/প্ৰেকটিকেল টেষ্ট ৰ জৰিয়তে বাচনি কৰা হব।

৩/ TA/DA প্ৰদান কৰা হব।

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে Directorate of Technical Education , Assam ৰ www.dte.assam.giv.in ৱেবচাইটত ত আবেদন কৰিব লাগিব।

আবেদনৰ শেষ তাৰিখ: ০৩/০৩/২০২০

https://www.assamcareer.com/2020/02/dte-assam-recruitment-2020-apply-online.html

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com