ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চুৰান্ত তালিকাত সন্দেহজনক লোকৰ উত্তৰাধিকাৰীৰ নাম অন্তৰ্ভুক্ত

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চুৰান্ত তালিকাত সন্দেহজনক লোকৰ উত্তৰাধিকাৰীৰ নাম অন্তৰ্ভুক্ত

উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ সম্বনয়কাৰী প্ৰতিক হাজেলাক যিসকল সন্দেহজনক নাগৰিকক আছে , তেওলোকক ৭ আগষ্টৰ আগত কোৰ্টত হাজিৰ হ'বলৈ প্ৰকাশ কৰি এখন ৰাজহুৱা জাননী জাৰি কৰিবলৈ নিৰ্দেশ দিছে । মংগলবাৰে বিষয়টো নিষ্পত্তিৰ বাবে কোৰ্টক স্পষ্ট কৰাৰ পিছত এপেক্স কোৰ্টে এই নিৰ্দেশ দিয়ে।

২০১৮ চনৰ ২ জুলাইত উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছিল যে, যি সকল সন্দেহজনক নাগৰিক, যি সকলৰ গোচৰ বিদেশী ন্যায়াধীশকৰনত জমা আছে সেই সকলকৰ গোচৰ উন্নীতকৰণ এন আৰ চিত অন্তভূক্ত কৰা নহয় । " উত্তৰাধিকাৰীৰ সূত্ৰে তেওঁলোকে আবেদন কৰিব পাৰিব অথবা তেওঁলোকৰ অভিভাৱকৰ বিৰুদ্ধে সন্দেহজনক অথবা বিদেশীৰ গোচৰ থাকিব নোৱাৰিব, বিদেশী ন্যায়াধীশকৰনত তেওঁৰ বিৰুদ্ধে কোনো গোচৰ নাথাকে।

উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত তালিকা প্ৰকাশ দিন ১ মাহ পিছুৱাই। ৩১ জুলাইৰ পৰিবৰ্তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত তালিকা প্ৰকাশ পাব ৩১ আগষ্টত ।উচ্চতম ন্যায়ালয়ে এন আৰ চি চুৰান্ত তালিকা প্ৰকাশৰ সময় সীমা বৃদ্ধিৰ আবেদন আৰু নমুনা পুনৰীক্ষণৰ বাবে কৰা আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰিছিল । শুনানিতে এন আৰ চিৰ চুৰান্ত তালিকা প্ৰকাশৰ দিন ৩১ আগষ্ট বুলি ঘোষণা কৰিছে । কেন্দ্ৰ আৰু এন আৰ চিৰ সম্বনয়কাৰী প্ৰতিক হাজেলাই উচ্চতম ন্যায়ালয়ত এন আৰ চি ৰ চুৰান্ত তালিকা প্ৰকাশৰ দিন বৃদ্ধি কৰিবলৈ আবেদন কৰিছিল ।৩১ জুলাইত এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশৰ দিন পিছুৱা আৰু এন আৰ চিৰ নমুনা সমূহ পুনৰীক্ষণ কৰাৰ বাবে অধিক সময় বিচাৰিছিল কেন্দ্ৰয়ে । সম্পূৰ্ণ এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা ২ লাখ লোকক বিৰুদ্ধে আবেদন কৰাৰ হৈছিল ।২ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত আৰু বহিস্কাৰৰ সন্দৰ্ভত পুনৰীক্ষণৰ বাবে অধিক সময়ৰ প্ৰয়োজন বুলি কেন্দ্ৰয়ে উচ্চতম ন্যায়ালয়ক অবগত কৰিছিল।

পুনৰীক্ষণত বাংলাদেশ সীমান্তৰ অসম জিলাৰ লোকৰ নাম ২০ শতাংশ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ১০ শতাংশ আন জিলাত বসবাস কৰে। সেয়েহে , ভাৰতক শৰনাৰ্থীৰ ৰম্যভূমিলৈ পৰিগণিত হবলৈ দিব নোৱাৰি বুলি প্ৰকাশ কৰিছিল। লাখ লাখ লোক সেইসকল লোক এন আৰ চিৰ সম্পূৰ্ণ তালিকাক সোমাইছে । বক্ৰ পথেৰে NRC নাম সোমোৱাইছে সেইসকল লোকে। বক্ৰ পথেৰে নাম সোমোৱাসকল অসমৰ সীমান্ত জিলাৰ। কেন্দ্ৰৰ যুক্তি ভাৰতক বিশ্বৰ শৰণাৰ্থী শিবিৰ হ’ব নিদিও। সেয়ে NRC প্ৰকাশৰ সময়সীমা সলনি কৰিব লাগে। উচ্চতম ন্যায়ালয়ত এই আৰ্জি কেন্দ্ৰীয় চৰকাৰৰ। NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাইও বিচাৰিছে চূড়ান্ত NRC প্ৰকাশৰ আন এটা দিন। দাবী আৱেদনৰ শুনানি দীঘলীয়া হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com