মৎস উন্নয়ন বিভাগত কনিষ্ঠ সহকাৰী পদৰ বাবে নিযুক্তি:

মৎস উন্নয়ন বিভাগত কনিষ্ঠ সহকাৰী পদৰ বাবে নিযুক্তি:
ডিব্ৰুগড়স্থিত মৎস উন্নয়ন বিভাগত কনিষ্ঠ সহকাৰী পদৰ বাবে নিযুক্তি :
প্ৰাৰ্থীয়ে নিৰ্ধাৰিত আবেদন পত্ৰ আসাম গেজেট পাৰ্ট -৯ ত যোগ্য বিবেচিত আবেদনকাৰীয়ে জিলা মৎস উন্নয়ন বিষয়া লৈ প্ৰেৰণ কৰিব লাগিব । তলত সম্পূৰ্ন তথ্য সমুহ উল্লেখ কৰা হ'ল:
পদৰ নাম : কনিষ্ঠ সহকাৰী
খালী পদ - ১টা
ভাট্ৰা - ১৪,০০০ ৰ পৰা ৪৯,০০০ লৈ +GP ৬২০০ - প্ৰতি মাহত
বয়স - ১৮ ৰ পৰা ৩৮ বছৰলৈ
আবেদনৰ অন্তুিম তাৰিখ : - ৭ - ১ - ২০২০
আবেদন কৰিবলৈ তলত উল্লেখ কৰা নিম্নলিখিত কাৰক সমুহ প্ৰনিধানযোগ্য :
ক) সকলো শিক্ষাগত অৰ্হতাৰ প্ৰমানপ্ৰত্ৰ আৰু মাৰ্কচিট ত নিজৰ স্বাক্ষৰ কৰিব লাগিব আৰু বয়স , জাতিগত পৰিচয় পত্ৰ লগতে ইপ্লইমেন্ট ৰেজিষ্টেছন কাৰ্ডখন থকাটো বাঞ্চনীয় ।
খ) আবেদন পত্ৰত নিজৰ স্বাক্ষৰিত এখন শেহতীয়া আকাৰৰ ফটো দিব লাগিব আৰু অতিৰিক্ত দুখন ফটো স্বাক্ষৰ কৰি দাখিল কৰিব লাগিব ।
গ) আবেদনপত্ৰ খনত নিজে স্বাক্ষৰ কৰি সকলো নথি পত্ৰ সহ ডাকযোগে প্ৰেৰণ কৰিব লাগিব ।
আবেদন সমুহ প্ৰেৰণ কৰিবলৈ জিলা মৎস উন্নয়ন বিষয়া , ডিব্ৰুগড , সুকানপুখুৰী , ডাকঘৰ - মহানাঘাট , পিন নং - ৭৮৬০০৮ লৈ প্ৰেৰণ কৰিব লাগিব ।
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা ৱেবছাইটত চাওক : Click Here