গুৱাহাটী বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, সহযোগী অধ্যাপক, সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম : অধ্যাপক
পদৰ সংখ্যা: ০৮
অৰ্হতা: UGC ৰ নিয়ম অনুসৰি
দৰমহা: ১,৪৪,২০০-২,১৮,২০০/- প্ৰতি মাহ
পদৰ নাম : সহযোগী অধ্যাপক
পদৰ সংখ্যা: ১৫
দৰমহা: ১,৩১,৪০০-২,১৭,১০০/- প্ৰতি মাহ
অৰ্হতা: UGC ৰ নিয়ম অনুসৰি
পদৰ নাম : সহকাৰী অধ্যাপক
পদৰ সংখ্যা: ১০
দৰমহা: ৫৭,৭০০-১,৮২,৪০০/- প্ৰতি মাহ
অৰ্হতা: UGC ৰ নিয়ম অনুসৰি
আবেদনৰ মাচুল: ১০০০/- টকা ( ৫০০/- টকা এচ চি/এচ টি প্ৰাৰ্থীৰ বাবে)
অধিক জানিবৰ বাবে প্ৰাৰ্থীৰ সকলে www.gauhati.ac.in ৱেবচাইটত চাব পাৰিব।
আবেদনৰ শেষ তাৰিখ: ২০/০৩/২০২০
সৱিশেষ জানিবলৈ: Click Here.
অন্য খবৰৰ বাবে পঢ়ক: পানীখাইটি মহৰ্ষি বিদ্যা মন্দিৰত নিযুক্তি ২০২০