Begin typing your search above and press return to search.
গুৱাহাটী বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

গুৱাহাটী বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, সহযোগী অধ্যাপক, সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম : অধ্যাপক
পদৰ সংখ্যা: ০৮
অৰ্হতা: UGC ৰ নিয়ম অনুসৰি
দৰমহা: ১,৪৪,২০০-২,১৮,২০০/- প্ৰতি মাহ
পদৰ নাম : সহযোগী অধ্যাপক
পদৰ সংখ্যা: ১৫
দৰমহা: ১,৩১,৪০০-২,১৭,১০০/- প্ৰতি মাহ
অৰ্হতা: UGC ৰ নিয়ম অনুসৰি
পদৰ নাম : সহকাৰী অধ্যাপক
পদৰ সংখ্যা: ১০
দৰমহা: ৫৭,৭০০-১,৮২,৪০০/- প্ৰতি মাহ
অৰ্হতা: UGC ৰ নিয়ম অনুসৰি
আবেদনৰ মাচুল: ১০০০/- টকা ( ৫০০/- টকা এচ চি/এচ টি প্ৰাৰ্থীৰ বাবে)
অধিক জানিবৰ বাবে প্ৰাৰ্থীৰ সকলে www.gauhati.ac.in ৱেবচাইটত চাব পাৰিব।
আবেদনৰ শেষ তাৰিখ: ২০/০৩/২০২০
সৱিশেষ জানিবলৈ: Click Here.
অন্য খবৰৰ বাবে পঢ়ক: পানীখাইটি মহৰ্ষি বিদ্যা মন্দিৰত নিযুক্তি ২০২০
Next Story