Begin typing your search above and press return to search.

গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত নিযুক্তি ২০২০

গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Feb 2020 11:51 AM GMT

গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত নিযুক্তি ২০২০

গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত ষ্টাফ নাৰ্চ ৰ খালি পদসূমহপূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: ষ্টাফ নাৰ্চ

পদৰ সংখ্যা: ৩০০

বয়স: ১৮ ৰ পৰা ৩৮ বছৰ।

শিক্ষাগত অৰ্হতা: বি.এচ চি নাৰ্চিং,/ জি এন এম/

নথিপত্ৰ:২ খন পাছপোর্ট ফটো, হাই স্কুল শিক্ষান্ত পৰীক্ষা ৰ এডমিট কাৰ্ড, মাৰ্কশ্বীট, পাছ চাৰ্টিফিকেট, নাৰ্চিং কাউন্সিল ৰেজিস্ট্ৰেচন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, দিব্যাংগ চাৰ্টিফিকেট, পি আৰ চি।

আবেদনৰ শেষ তাৰিখ: ২৯/০২/২০২০

সৱিশেষ জানিবলৈ: Click here

অন্য খবৰৰ বাবে পঢ়ক: অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

Next Story
চাকৰি