গোগামুখ মহাবিদ্যালয়, ধেমাজি নিযুক্তি ২০২০

গোগামুখ মহাবিদ্যালয়, ধেমাজি নিযুক্তি ২০২০
Published on

গোগামুখ মহাবিদ্যালয়, ধেমাজি নিযুক্তি ২০২০

গোগামুখ মহাবিদ্যালয় কতৃপক্ষই সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম- সহকাৰী অধ্যাপক ( দৰ্শন )

পদৰ সংখ্যা - ০১

বয়স – ৩৮

শিক্ষাগত অৰ্হতা-উক্ত বিষয়ত প্ৰাৰ্থীৰ স্নাতকোত্তৰত ৫৫% নম্বৰ থাকিব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।প্ৰাৰ্থীৰ পি এইচ ডি ডিগ্ৰীধাৰী হ’ব লগিব । পি আৰ চি থাকিব লাগিব লগতে স্থানীয় ভাষা জানিব লাগিব ।

পদৰ নাম-সমাজশাস্ত্ৰ

কেনেদৰে আৱেদন জনাব : প্ৰাৰ্থীয়ে তেওঁলোকৰ উপযুক্ত নথি পত্ৰ ২০০০ টকাৰ সহায়ত Principal, Gogamukh College, Gogamukh, Payable at SBI, Gogamukh Branch. Gogamukh (IFSC Code SBIN0016934) ২৫/০৩/২০২০ ৰ আগত পঠিয়াব লাগিব।

অন্তিম তাৰিখ -২৫/০৩/২০২০

সৱিশেষ জানিবলৈ:

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com