Begin typing your search above and press return to search.

গোগামুখ মহাবিদ্যালয়, ধেমাজি নিযুক্তি ২০২০

গোগামুখ মহাবিদ্যালয়, ধেমাজি নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 March 2020 10:04 AM GMT

গোগামুখ মহাবিদ্যালয়, ধেমাজি নিযুক্তি ২০২০

গোগামুখ মহাবিদ্যালয় কতৃপক্ষই সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম- সহকাৰী অধ্যাপক ( দৰ্শন )

পদৰ সংখ্যা - ০১

বয়স – ৩৮

শিক্ষাগত অৰ্হতা-উক্ত বিষয়ত প্ৰাৰ্থীৰ স্নাতকোত্তৰত ৫৫% নম্বৰ থাকিব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।প্ৰাৰ্থীৰ পি এইচ ডি ডিগ্ৰীধাৰী হ’ব লগিব । পি আৰ চি থাকিব লাগিব লগতে স্থানীয় ভাষা জানিব লাগিব ।

পদৰ নাম-সমাজশাস্ত্ৰ

কেনেদৰে আৱেদন জনাব : প্ৰাৰ্থীয়ে তেওঁলোকৰ উপযুক্ত নথি পত্ৰ ২০০০ টকাৰ সহায়ত Principal, Gogamukh College, Gogamukh, Payable at SBI, Gogamukh Branch. Gogamukh (IFSC Code SBIN0016934) ২৫/০৩/২০২০ ৰ আগত পঠিয়াব লাগিব।

অন্তিম তাৰিখ -২৫/০৩/২০২০

সৱিশেষ জানিবলৈ:

অন্য খবৰৰ বাবে পঢ়ক: দিখৌ মুখ মহাবিদ্যালয় নিযুক্তি ২০২০

Next Story
চাকৰি