জ্ঞানমাৰ্গ একাডেমী ,নুমলীগড় নিযুক্তি ২০২০
জ্ঞানমাৰ্গ একাডেমীয়ে নিম্নলিখিত পদ সমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।
পদৰ নাম – বিষয় শিক্ষক
পদৰ সংখ্যা -০২
বিষয় – পদাৰ্থ বিজ্ঞান আৰু ৰাসায়ন
শিক্ষাগত অৰ্হতা – এম এছ চি
বি এড ডিগ্ৰী থাকিব লাগিব।
কেনেদৰে আৱেদন জনাব : ইচ্ছুক প্ৰাৰ্থীয়ে তলৰ ঠিকনা যোগে আৱেদন জনাব পাৰিব – gyanmarga2018@gmail.com
ঠিকনা -Gyanmarg Academy, Numaligarh . Contact no. 9435597359/8638109250.
অন্তিম তাৰিখ- ৩০-০৪-২০২০
অন্য খবৰৰ বাবে পঢ়ক: এম এম আৰ ডি( MMRDA)এ ২০২০ নিযুক্তি ২০২০