বুধবাৰে ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা ৰ ফলাফল: ১৩ টা ৱেবচাইটত উপলব্ধ হব ফলাফল

বুধবাৰে ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা ৰ  ফলাফল: ১৩ টা ৱেবচাইটত উপলব্ধ হব ফলাফল

কাইলৈ ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা ৰ ফলাফল সমুহ। পৰীক্ষাৰ্থীয়ে ১৩ তা ৱেবচাইটৰ যোগে ৯ বজাত লাভ কৰিব ফলাফল সমুহ। ১১ বজাত মানপত্ৰ লাভ কৰিব ছাত্ৰ ছাত্ৰী সকলে । ৱেবচাইটৰ লগতে মোৱাইলৰ এপৰ যোগেদিও ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব ফলাফল সমুহ।

ফলাফল ঘোষণা কৰাৰ ১৫ দিনৰ পাছত পুনৰীক্ষণৰ আবেদন কৰিব পাৰিব ছাত্ৰ ছাত্ৰী সকলে । ১৭ তাৰিখৰ পৰা অনলাইন যোগে ছাত্ৰ ছাত্ৰীয়ে উত্তৰ বহী পুনৰ নিৰিক্ষন কৰিব পাৰিব । ১৭০ নম্বৰতকৈ অধিক লাভ কৰা ছাত্ৰ ছাত্ৰীয়ে কম্পাৰমেন্টল পৰীক্ষাত অৱতীৰ্ণ হব পাৰিব ।

এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে ৩,৩৬,২০৩ গৰাকী পৰীক্ষাৰ্থী । হাই মাদ্ৰাছাত ৯১২৭ গৰাকী পৰীক্ষা অবতীৰ্ণ হৈছে ।

কাইলৈ ১৩টা ৱেবছাইটৰ জৰিয়তে লাভ কৰিব ফলাফল | ১১ বজাত লাভ কৰিব মাৰ্কশ্বিট , চাৰ্টিফিকেট| ৱেবছাইট হৈছে

sebaonline.org,

resultsassam.nic.in

www.examresults.netত ফলাফল লাভ কৰিব

www.examresults.net/assam/

www.indiaresults.com,

exametc.com

iresults.net,

yesresult.com

www.result.shiksha,

www.assam.shiksha

www.assamonline.in,

assamjobalerts.com

assamresult.in তো লাভ কৰিব ফলাফল |

Bsnl ৰ গ্ৰাহকে ৫৭৭৬৬ নম্বৰত এচ এম এচ যোগে লাভ কৰিব পাৰিব ফলাফল ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com