Begin typing your search above and press return to search.
আই আই টি গুৱাহাটীত নিযুক্তি ২০২০

আই আই টি গুৱাহাটীত নিযুক্তি ২০২০
আই আই চি গুৱাহাটীত ইচ্ছুক আৰু যোগ্য প্রার্থীৰ পৰা খালি পদ পূৰণৰ বাবে আবেদন বিচাৰিচে।
১/পদৰ নাম: জুনিয়ৰ ৰিচাৰ্চ ফেল’
পদৰ সংখ্যা: ০১
দৰমহা: ৩৭,২১০/- প্ৰতি মাহ
শিক্ষাগত অৰ্হতা: এম.টেক /এম এছ চি পৰিৱেশ বিজ্ঞান আৰু কৃষি বিষয়ত
অভিজ্ঞতা: microbial experiments, sample preparation for AAS, XRD, LCMS ত কৰ্মৰত অভিজ্ঞতা থকা উচিত।
২/ পদৰ নাম: লেবৰটৰী এটেণ্ডেন্ট
পদৰ সংখ্যা: ০১
দৰমহা: ৮,২১০/- প্ৰতি মাহ
শিক্ষাগত অৰ্হতা: হাই স্কুল উৰ্ত্তীণ
অভিজ্ঞতা: ১ বছৰীয়া কৰ্মৰ অভিজ্ঞতা
নিৰ্বাচন প্ৰক্ৰিয়া: সাক্ষাৎকাৰৰ ওপৰত ভিত্তি কৰি নির্বাচন কৰা হব।
সাক্ষাৎকাৰৰ তাৰিখ: ১১/০৩/২০২০
সময়: ২:৩০
ঠিকনা: UBA Conference Hall
সৱিশেষ জানিবলৈ: Click Here
অন্য খবৰৰ বাবে পঢ়ক: ভাৰতীয় খাদ্য সংসাধন প্রযুক্তি সংস্থা নিযুক্তি ২০২০
Next Story