ইণ্ডিয়ান আৰ্মিত নিযুক্তি ২০২০

ইণ্ডিয়ান আৰ্মিত নিযুক্তি ২০২০

ইণ্ডিয়ান আৰ্মিত নিযুক্তি ২০২০

ইণ্ডিয়ান আৰ্মিয়ে ইন্জিনিয়াৰিংত গ্ৰেজুৱেট অবিবাহিত মহিলা,পুৰুষৰ ,ডিফেন্স পাৰ্ছন, বিধবী মহিলা আদিৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: চৰ্ট ছাৰ্ভিচ কমিছন টেকনিকেল

পদৰ সংখ্যা: ১৯১টা

কৰ্ম স্থান: ভাৰতবৰ্ষ

প্ৰয়োজনীয় নথিপত্ৰ:

১/ আবেদন সমূহ www.joinindianarmy.nic.in ৱেবচাইটত ৰ পৰা ডাউনলোড কৰিব লাগিব।

২/ স্ব-স্বাক্ষৰিত দশম শ্রেণীৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বীট।

৩/ স্ব-স্বাক্ষৰিত দ্বাদশ শ্রেণীৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বীট।

৪/ স্ব-স্বাক্ষৰিত স্নাতক ৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বীট।

৫/Part II Order of marriage..

৬/ Part II Order of demise of husband.

৭/ যুদ্ধ / শাৰীৰিক দুর্ঘটনাৰ প্রাথমিক প্রতিবেদন

৮/ যুদ্ধ / শাৰীৰিক দুর্ঘটনাৰ বিস্তাৰিত প্রতিবেদন

৯/ যুদ্ধ / শাৰীৰিক দুর্ঘটনাৰ চাৰ্টিফিকেট

আবেদনৰ শেষ তাৰিখ: ২০/০২/২০২০

অধিক জনাৰ বাবে : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com