ইণ্ডিয়ান ইনস্টিটিউট অৱ ইনফৰমেচন টেকনলজি, গুৱাহাটী (IIITG) ত নিযুক্তি

ইণ্ডিয়ান ইনস্টিটিউট অৱ ইনফৰমেচন টেকনলজি, গুৱাহাটী (IIITG) ত নিযুক্তি

ইণ্ডিয়ান ইনস্টিটিউট অৱ ইনফৰমেচন টেকনলজি, গুৱাহাটী (IIITG) ত নিযুক্তি

ইণ্ডিয়ান ইনস্টিটিউট অৱ ইনফৰমেচন টেকনলজি,গুৱাহাটীয়ে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: জুনিয়ৰ ইন্জিনিয়াৰ ( ইলেকট্রিকেল)

পদৰ সংখ্যা: ০১ ( অসংৰক্ষিত)

দৰমহা: ৩৫,০০০ৰ পৰা ১,১২,৪০০/- টকা প্ৰতি মাহ

বয়স: ৩৫ বছৰ

অৰ্হতা: ইলেকট্রিকেল ইন্জিনিয়াৰিংত স্নাতক ডিগ্ৰী লগতে এবছৰীয়া অভিজ্ঞতা, তিনি বছৰীয়া ডিপ্লোমা ইলেকট্রিকেল ইন্জিনিয়াৰিং লগতে ২ বছৰীয়া অভিজ্ঞতা।

প্ৰাৰ্থীসকলে আবেদনসমূহ Director, Indian Institute of Information Technology Guwahati, Bongora, GUWAHATI-781 015, ASSAM, India. ঠিকনাত পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ : ১৩/০৩/২০২০

অধিক জানিবৰ বাবে: Click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com