Begin typing your search above and press return to search.

আজি সন্ধিয়া ৭ বজাৰ পৰা বন্ধ হ'ব ইন্টাৰনেট সেৱা

আজি সন্ধিয়া ৭ বজাৰ পৰা বন্ধ হব ইন্টাৰনেট সেৱা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Dec 2019 12:06 PM GMT

আজি সন্ধিয়া ৭ বজাৰ পৰা বন্ধ হ'ব ইন্টাৰনেট সেৱা । ৰাজ্য চৰকাৰে আজি সন্ধিয়া সাত বজাৰ পৰা লক্ষীমপুৰ, ধেমাজী , তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কামৰূপ (মেট্ৰ'), কামৰূপত সন্ধিয়া ৭ বজাৰ পৰা ২৪ ঘন্টাৰ বাবে ইন্টাৰনেট সেৱা বাতিল কৰাৰ ঘোষনা কৰে । অসমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ ৰাখি এই পদক্ষেপ লৈছে অসম চৰকাৰে ।

Next Story