ইণ্ডিয়ান অইল কৰপোৰেচন লিমিটেডত নিযুক্তি, ২০২০
ইণ্ডিয়ান অইল কৰপোৰেচন লিমিটেডত বি.টেক / বি.ই ডিগ্ৰী প্ৰাৰ্থী ৰ পৰা অফিচাৰচ/ইঞ্জিনিয়াৰচ পদৰ বাবে আবেদন বিচাৰিছে।
পদৰ নাম : অফিচাৰচ/ইঞ্জিনিয়াৰচ
অৰ্হতা: বি.টেক / বি.ই
পদৰ সংখ্যা: ০১
অভিজ্ঞতা: নবীন
কৰ্ম স্থান: ভাৰতবৰ্ষ
আবেদনৰ শেষ তাৰিখ: ১৬/০২/২০২০
নিৰ্বাচন প্ৰক্ৰিয়া: লিখিত পৰীক্ষা/ সাক্ষাৎকাৰ
গেট ( GATE) ২০২০ উত্তীর্ণ পৰীক্ষাৰ্থী সকলেহে আবেদন কৰিব পাৰিব। অন্য তথ্য ৰ বাবে http://www.gate.iitd.ac.in অথবা www.iocl.com ৱেবচাইটত চাব পাৰিব।
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here